Hygienic Toilets have Brought Tremendous Health Benefits Along with Dignity, especially to Our Nari Shakti: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আজি বিশ্ব টয়লেট দিৱসত ৰাষ্ট্ৰখনে ইয়াৰ সকলোৰে বাবে টয়লেট সংকল্পক সুদৃঢ় কৰিছে।

এটা টুইটত শ্ৰী মোদীয়ে কয় “বিশ্ব টয়লেট দিৱসত, ভাৰতে ইয়াৰ #Toilet4All সংকল্পক সুদৃঢ় কৰিছে। যোৱা কেইটামান বছৰত কোটি-কোটি ভাৰতীয়লৈ স্বাস্থ্যবিধিসন্মত টয়লেট আগবঢ়োৱাত অসামান্য সফলতা লাভ কৰা হৈছে। ই বিশেষতঃ আমাৰ নাৰী শক্তিৰ মৰ্যাদাৰ সৈতে স্বাস্থ্যৰ উপকাৰ সাধন কৰিছে।”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity

Media Coverage

PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 আগষ্ট 2026
August 17, 2026

India Ascendant: Citizens Hail PM Modi's Vision and India’s Multi-Sectoral Growth