১২খন দেশৰ পৰা মন্ত্ৰীবৰ্গীয় প্ৰতিনিধিয়ে ৰায়ছিনা ডায়ল’গৰ পাৰ্শ্বৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷

প্ৰতিনিধি দলটোত উপস্থিত আছিল লাটভিয়াৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এডগাৰ্ছ ৰিংকেভিকছ, উজবেকিস্তানৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আব্দুলাজিজ কামিলভ, হাংগেৰীৰ বৈদেশিক পৰিক্ৰমা তথা বাণিজ্য বিভাগৰ মন্ত্ৰী পিটাৰ জিৰাট’, আফগানিস্তানৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ডঃ হামদুল্লাহ ম’হিব, ছেক ৰিপাব্লিকৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ট’মাছ পেট্ৰিকেক, মালদ্বীপৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আব্দুল্লাহ শ্বাহিদ, বাংলাদেশৰ তথ্য বিভাগৰ মন্ত্ৰী ডঃ হাছান মেহমুদ, ইষ্ট’নিয়াৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ওৰমাছ ৰে’নছালু, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক সম্পৰ্ক আৰু সহযোগিতা মন্ত্ৰী ডঃ নালেদি পাণ্ড’ৰ, ডেনমাৰ্কৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জেপ ক’ফ’ড, কমনৱেলথৰ সাধাৰণ সচিব পেট্ৰিচিয়া স্ক’টলেণ্ড আৰু ছাংঘাই কো-অপাৰেচন অৰ্গনাইজেছনৰ সাধাৰণ সচিব ভ্লাডিমিৰ ন’ৰ’ভ৷

প্ৰধানমন্ত্ৰীয়ে ৰায়ছিয়া ডায়ল’গ ২০২০ত অংশগ্ৰহণ কৰিবলৈ অহা নেতাসকলক আদৰণি জনায়৷ প্ৰধানমন্ত্ৰীয়ে দ্ৰুত আৰু সমন্বিত আৰ্থ-সামাজিক বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা বৃহৎ পৰিসৰৰ পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে আৰু বহনক্ষম বিকাশৰ লক্ষ্য প্ৰাপ্তিৰ দিশত প্ৰধান বিশ্বজনীন বিকাশ সম্বন্ধীয় প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোকপাত কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches $1.5 billion maritime insurance pool, issues first covers

Media Coverage

India launches $1.5 billion maritime insurance pool, issues first covers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মে’ 2026
May 13, 2026

Leadership That Leads by Example: PM Modi's Push for Mindful Growth, Innovation & Infrastructure