প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জুন, ২০২২ ত জাৰ্মানীৰ শ্বলছ এলমাউত অনুষ্ঠিত জি-৭ সন্মিলনৰ আঁৰত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী জোক’ উইডোডোৰ সৈতে মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে জি-২০ ত ইণ্ডোনেছিয়াৰ অব্যাহত অধ্যক্ষতাৰ বাবে ৰাষ্ট্ৰপতি উইডোডোক অভিনন্দন জনায়। নেতাদ্বয়ে জি-২০ ত ভাৰতৰ আগন্তুক অধ্যক্ষতাক লৈ আলোচনা কৰে।

তেওঁলোকে পাৰস্পৰিক স্বাৰ্থৰ বৈশ্বিক আৰু আঞ্চলিক বিষয়সমূহতো মত-বিনিময় কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi To Address Special Conference In Delhi Ahead Of Women's Quota Bill

Media Coverage

PM Modi To Address Special Conference In Delhi Ahead Of Women's Quota Bill
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 এপ্ৰিল 2026
April 12, 2026

Trust, Technology & Transformation: How India is Building a Viksit Bharat Under PM Modi