প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিএনএন নিউজ ১৮ নেটৱৰ্কক প্ৰশংসা কৰে। সংবাদ গোষ্ঠীটোৱে প্ৰকাশ কৰা “ভয়চ অৱ ইণ্ডিয়া-মোদী এণ্ড হিজ ট্ৰেন্সফৰ্মেটিভ মন কী বাত” শীৰ্ষক কফি টেবুল বুকখন ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে নিউজ ১৮ ৰাইজিং ইণ্ডিয়া ছামিটত উন্মোচন কৰিছিল। কিতাপখনে মন কী বাতত উল্লেখিত লোকসকল আৰু তেওঁলোকে পেলোৱা প্ৰভাৱক স্বীকাৰ কৰিছে।

উপ-ৰাষ্ট্ৰপতিয়ে কৰা এটা টুইটলৈ সঁহাৰি জনাই শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে টুইট কৰেঃ

"#MannKiBaatৰ আটাইতকৈ সুন্দৰ কথাটো হ'ল ই তৃণমূল পৰ্য্যায়ৰ পৰিৱৰ্তন সাধনকাৰীসকলৰ অৱলোকন কৰিছে। এই কাৰ্য্যক্ৰমে এশটা খণ্ড সম্পূৰ্ণকৰণৰ লগে-লগে, মই ইয়াত উল্লেখিত লোকসকল আৰু তেওঁলোকে পেলোৱা প্ৰভাৱক কৃতজ্ঞতা জনোৱাৰ বাবে @CNNnews18ৰ প্ৰচেষ্টাৰ শলাগ লৈছো।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মাৰ্চ 2026
March 14, 2026

Heartening Resolve Meets Bold Action: PM Modi's Transformative Push for a Developed Assam.