ছী ইন্সপায়াৰ্ছ আছ’ অভিযানৰ অংশ হিচাপে মহাৰাষ্ট্ৰৰ বিজয়া পাৱাৰে প্ৰধানমন্ত্ৰী মোদীৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা বাঞ্জাৰা হস্তশিল্পৰ অতুলনীয় নমুনা প্ৰদৰ্শিত কৰি সকলোকে সেই শিল্পৰ বিষয়ে অৱগত কৰে৷

বিজয়া পাৱাৰে যোৱা দুটা দশক ধৰি বাঞ্জাৰা হস্তশিল্প প্ৰস্তুতিৰ সৈতে জড়িত হৈ আছে৷ প্ৰধানমন্ত্ৰী মোদীৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে তেওঁ নিজৰ তত্বাৱধানত কিদৰে সহস্ৰাধিক মহিলা শিল্পীক উৎসাহিত কৰি আছে সেই বিষয়ে জানিবলৈ দিয়ে৷

মাৰাঠী ভাষাত টুইট কৰি তেওঁ লিখে যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক ‘গোৰমাটি কলা’ উত্তৰণৰ বাবে উৎসাহিত কৰাই নহয় বৰঞ্চ বিত্তীয় সাহায্যও প্ৰদান কৰিছে৷ তেওঁ কয় যে বাঞ্জাৰা হস্তশিল্পৰ সৈতে জড়িত মহিলাসকলৰ বাবে এয়া গৌৰৱৰ কথা৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi