মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনৱীছে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স হেণ্ডেলত এনেদৰে লিখা হৈছে-
“মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী @দেৱেন্দ্ৰ ফাডনৱীছ ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
@CMOMaharashtra”
Maharashtra CM, Shri @Dev_Fadnavis met Prime Minister @narendramodi.@CMOMaharashtra pic.twitter.com/oMH9DitBlU
— PMO India (@PMOIndia) September 26, 2025


