ক্ৰমিক

নং

বুজাবুজিৰ চুক্তিচুক্তিসংশোধনী

ক্ষেত্ৰ

১.

কৃত্ৰিম বুদ্ধিমত্তা(এআই)সন্দৰ্ভত ভাৰত ফ্ৰান্সৰ ঘোষণা

প্ৰযুক্তি আৰু উদ্ভাৱন, এছ এণ্ড টি

২.

‘ভাৰত-ফ্ৰান্স উদ্ভাৱনী বৰ্ষ ২০২৬’-ৰ বাবে প্ৰতীক মুকলি কৰা হৈছে

প্ৰযুক্তি আৰু উদ্ভাৱন, এছ এণ্ড টি

৩.

ভাৰত চৰকাৰ আৰু ‘ইনষ্টিটিউট নেচনেল ডি ৰেচাৰ্চে এন ইনফৰ্মেটিক এট এন অটোমেটিক’ (আইএনআৰআইএ) ফ্ৰান্সৰ মাজত ‘ডিজিটেল বিজ্ঞানৰ বাবে ভাৰত-ফৰাচী কেন্দ্ৰ স্থাপন’ৰ বাবে অভিপ্ৰায় পত্ৰ

প্ৰযুক্তি আৰু উদ্ভাৱন, এছ এণ্ড টি

৪.

‘ফৰাচী ষ্টাৰ্ট-আপ ইনকিউবেটৰ ষ্টেশ্যন এফ’-ত ১০ টা ভাৰতীয় ষ্টাৰ্টআপৰ আয়োজন সম্পৰ্কীয় চুক্তি

প্ৰযুক্তি আৰু উদ্ভাৱন, এছ এণ্ড টি

৫.

‘উন্নত মডুলাৰ ৰিএক্টৰ’ আৰু ‘ক্ষুদ্ৰ মডুলাৰ ৰিএক্টৰ’ৰ ক্ষেত্ৰত অংশীদাৰিত্ব স্থাপনৰ অভিপ্ৰায় ঘোষণা

অসামৰিক পাৰমাণৱিক শক্তি

৬.

‘গ্লোবেল চেণ্টাৰ ফৰ নিউক্লিয়াৰ এনাৰ্জী পাৰ্টনাৰশ্বিপ’ (জিচিএনইপি)ৰ সৈতে সহযোগিতা সম্পৰ্কে ভাৰতৰ আনৱিক শক্তি বিভাগ আৰু ‘কমিছাৰিয়েট এ১ এনাৰ্জি এটমিক এট অক্স এনাৰ্জিছ অলটাৰ্নেটিভছ অব ফ্ৰান্স’ (চিএই)ৰ মাজত বুজাবুজিচুক্তিৰ নৱীকৰণ

অসামৰিক পাৰমাণৱিক শক্তি

৭.

জিচিএনইপি ইণ্ডিয়া আৰু ইনষ্টিটিউট ফৰ নিউক্লিয়াৰ ছাইন্স এণ্ড টেকন'লজী (আইএনএছটিএন) ফ্ৰান্সৰ মাজত সহযোগিতা সম্পৰ্কে ভাৰতৰ ডিএই আৰু ফ্ৰান্সৰ চিইএ-ৰ মাজত চুক্তি ৰূপায়ণ কৰা

অসামৰিক পাৰমাণৱিক শক্তি

৮.

ত্ৰিকোণীয়া উন্নয়ন সহযোগিতাৰ অভিপ্ৰায় সম্পৰ্কীয় যুটীয়া ঘোষণা

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল/ বহনক্ষম বিকাশ

৯.

মাৰ্চেইলত ভাৰতৰ কনচুলেটৰ যুটীয়া উদ্বোধন

সংস্কৃতি/ পাৰস্পৰিক জন-সম্পৰ্ক

১০

পাৰিপাৰ্শ্বিক পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্য, বন, সামুদ্ৰিক পৰিক্ৰমা আৰু মীন পালন মন্ত্ৰালয় আৰু পৰিৱেশ ক্ষেত্ৰত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ মাজত অভিপ্ৰায় ঘোষণা।

পৰিৱেশ

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
FPOs’ sales rise via commodity exchanges in FY26

Media Coverage

FPOs’ sales rise via commodity exchanges in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 মে’ 2026
May 11, 2026

Society Above Politics: PM Modi’s Call for a Stronger, Self-Reliant & Sacred Bharat