A. প্ৰকল্পসমূহৰ চিন্তা-চৰ্চা / পৰ্য্যালোচনা

1. গ্ৰেটাৰ মেল কানেকটিভিটি প্ৰজেক্টৰ প্ৰথম পৰিপক্ক ব্যৱস্থা - ভাৰতৰ ৫০০ মিলিয়ন মাৰ্কিন ডলাৰ পুঁজিৰে অব্যাহত এই প্ৰকল্পৰ স্থায়ী কাম আৰম্ভণিৰ সূচনা কৰিলে

2. এক্সিম বেংক অৱ ইণ্ডিয়া বায়াৰ্ছৰ ২২৭ মিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ বিত্তৰ অধীনত সাহায্য প্ৰদান কৰা হুলহুমালেত ৪,০০০ সামাজিক গৃহ নিৰ্মাণ ইউনিট নিৰ্মাণৰ অগ্ৰগতিৰ পৰ্য্যালোচনা

3. আদ্দু পথ আৰু পুনৰুদ্ধাৰ, ৩৪টা দ্বীপত পানী আৰু অনাময় আৰু শুকুৰবৰীয়া মছজিদৰ পুনৰুদ্ধাৰ প্ৰকল্পকে ধৰি ভাৰত মালদ্বীপৰ উন্নয়ন সহযোগিতাৰ অৱলোকন

B. চুক্তি / বুজাবুজি চুক্তি (MoU) ৰ বিনিময়

1. এনআইআৰডিপিআৰ, ভাৰত আৰু স্থানীয় চৰকাৰী কৰ্তৃপক্ষ, মালদ্বীপৰ মাজত মালদ্বীপৰ স্থানীয় পৰিষদ আৰু মহিলা উন্নয়ন কমিটিৰ সদস্যসকলৰ সামৰ্থ্য বিকাশ আৰু প্ৰশিক্ষণ সন্দৰ্ভত বুজাবুজিৰ চুক্তি (MoU)

2. ইনক’ইছ (INCOIS), ভাৰত আৰু মালদ্বীপৰ মীন মন্ত্ৰালয়ৰ মাজত সম্ভাৱ্য ফিছিং জ’নৰ পূৰ্বাভাসৰ সামৰ্থ্য বিকাশ আৰু তথ্য বিনিময় আৰু সামুদ্ৰিক বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি (MoU)

3. চিইআৰটি-ভাৰত আৰু এনচিআইটি, মালদ্বীপৰ মাজত চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি (MoU)

4. ভাৰতৰ এনডিএমএ আৰু মালদ্বীপৰ এনডিএমএৰ মাজত দুৰ্য্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি (MoU)

5. মালদ্বীপৰ আৰক্ষী আন্তঃগাঁথনিৰ ৪১ মিলিয়ন মাৰ্কিন ডলাৰৰ বায়াৰ্ছ ঋণ বিত্তীয় সাহায্যৰ বাবে ভাৰতৰ এক্সিম বেংক আৰু মালদ্বীপৰ বিত্ত মন্ত্ৰালয়ৰ মাজত চুক্তি

6. হুলহুমালেত নিৰ্মাণ হ’বলগীয়া অতিৰিক্ত ২,০০০ টা সামাজিক গৃহ নিৰ্মাণ ইউনিটৰ বাবে ১১৯ মিলিয়ন মাৰ্কিন ডলাৰৰ বায়াৰ্ছ ঋণ পুঁজিৰ অনুমোদন সন্দৰ্ভত ভাৰতীয় এক্সিম বেংক আৰু মালদ্বীপৰ বিত্ত মন্ত্ৰালয়ৰ মাজত আগ্ৰহ পত্ৰ

C. ঘোষণা

1. মালদ্বীপৰ আন্তঃগাঁথনি প্ৰকল্পলৈ বিত্তীয় সাহায্যৰ বাবে ১০০ মিলিয়ন মাৰ্কিন ডলাৰৰ নতুন লাইন অৱ ক্ৰেডিটৰ সম্প্ৰসাৰণ

2. লাইন অৱ ক্ৰেডিটৰ অধীনত ১২৮ মিলিয়ন মাৰ্কিন ডলাৰৰ হানিমাধু বিমানবন্দৰ উন্নয়ন প্ৰকল্পৰ বাবে ইপিচি চুক্তি প্ৰদানত অনুমোদন

3. লাইন অৱ ক্ৰেডিটৰ অধীনত ৩২৪ মিলিয়ন মাৰ্কিন ডলাৰৰ গুলহিফালু বন্দৰ উন্নয়ন প্ৰকল্পৰ ডিপিআৰ আৰু নিবিদা প্ৰক্ৰিয়াৰ আৰম্ভণিত অনুমোদন

4. লাইন অৱ ক্ৰেডিটৰ অধীনত ৩০ মিলিয়ন মাৰ্কিন ডলাৰৰ কৰ্কট চিকিৎসালয় প্ৰকল্পৰ বাবে সাধ্যতা প্ৰতিবেদন আৰু বিত্তীয় ক্ল’জাৰৰ অনুমোদন

5. হুলহুমালেত অতিৰিক্ত ২,০০০ টা সামাজিক গৃহ নিৰ্মাণ ইউনিটৰ বাবে ভাৰতীয় এক্সিম বেংকৰদ্বাৰা ১১৯ মিলিয়ন মাৰ্কিন ডলাৰ বায়াৰ্ছ ক্ৰেডিট বিত্তীয় সাহায্য

6. মালদ্বীপৰপৰা ভাৰতলৈ শুল্কমুক্ত টুনা ৰপ্তানিৰ সুবিধা প্ৰদান কৰা

7. পূৰ্বে প্ৰদান কৰা জাহাজ-চিজিএছ সুৰভী - ৰ সলনি এখন জাহাজ মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীলৈ যোগান ধৰা

8. মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীক দ্বিতীয়টো লেণ্ডিং ক্ৰাফ্ট এছাল্ট (LCA) যোগান ধৰা

9. মালদ্বীপৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বাহিনীক ২৪ খন ইউটিলিটি বাহন প্ৰদান কৰা

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Odisha’s Dhenkanal farmers export 3 tonne of mango to London

Media Coverage

Odisha’s Dhenkanal farmers export 3 tonne of mango to London
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 14 মে’ 2026
May 14, 2026

Kisan Kalyan to Viksit Bharat: PM Modi Delivers Jobs, Markets & Dignity Across Rural and Industrial India