ক্ৰমিক নং

বুজাবুজি/চুক্তিপত্ৰ

ভাৰতৰ তৰফৰ বিনিময় কৰিছে

ব্ৰাজিলৰ তৰফৰ পৰা বিনিময় কৰিছে

বিনিময় কৰা হৈছে/ঘোষণা কৰা হৈছে

 

 

 

 

 

জৈৱ শক্তি সহযোগিতাৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী

শ্ৰী বেণ্ট’ আলবোকাৰো, খনি আৰু শক্তি মন্ত্ৰী

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

ভাৰত চৰকাৰৰ পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু ব্ৰাজিলৰ খনি আৰু শক্তি মন্ত্ৰালয়ৰ তেল আৰু প্ৰাকৃতিক গেছ খণ্ডৰ সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী

শ্ৰী বেণ্ট’ আলবোকাৰো, খনি আৰু শক্তি মন্ত্ৰী

কেৱল ঘোষণা কৰা হৈছে

ভাৰত আৰু ব্ৰাজিলৰ মাজত বিনিয়োগৰ সহযোগিতা আৰু সুবিধা প্ৰদানৰ চুক্তি

 এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

শ্ৰী আৰ্ণেষ্ট’ আৰাওজ’, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

ভাৰত আৰু ব্ৰাজিলৰ মাজত অপৰাধ খণ্ডত পাৰস্পৰিক আইনী সহযোগিতাৰ চুক্তি

 এছ জয়শংকৰ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

শ্ৰী আৰ্ণেষ্ট’ আৰাওজ’, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

কেৱল ঘোষণা কৰা হৈছে

ভাৰত চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয় তথা ব্ৰাজিল চৰকাৰৰ নাগৰিকত্ব মন্ত্ৰালয়ৰ মাজত প্ৰাক্ শৈশৱ খণ্ডৰ বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী

শ্ৰী আৰ্ণেষ্ট’ আৰাওজ’, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

কেৱল ঘোষণা কৰা হৈছে

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু ব্ৰাজিল চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত স্বাস্থ্য আৰু ঔষধ খণ্ডৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী

শ্ৰী আৰ্ণেষ্ট’ আৰাওজ’, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰালয় আৰু ব্ৰাজিল চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ মাজত ঔষধৰ পৰম্পৰাগত পদ্ধতি আৰু হোমিঅ’পেথি খণ্ডৰ বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী ভি মুৰলীধৰণ, বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী

শ্ৰী আৰ্ণেষ্ট’ আৰাওজ’, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

কেৱল ঘোষণা কৰা হৈছে

ভাৰত আৰু ব্ৰাজিলৰ মাজত ২০২০–২০২৪ বৰ্ষৰ বাবে সাংস্কৃতিক কাৰ্যসূচীৰ বিনিময়

শ্ৰী বিজয় গোখলে, বৈদেশিক সচিব

শ্ৰী আৰ্ণেষ্ট’ আৰাওজ’, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

ভাৰত আৰু ব্ৰাজিলৰ মাজত সামাজিক সুৰক্ষাৰ চুক্তি

শ্ৰী বিজয় ঠাকুৰ সিং, সচিব (পূব), এমইএ

শ্ৰী আৰ্ণেষ্ট’ আৰাওজ’, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

১০

চাইবাৰ সুৰক্ষা খণ্ডৰ বাবে ভাৰত চৰকাৰৰ বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি (এমইআইটিৱাই)মন্ত্ৰালয়ৰ ইণ্ডিয়ান কম্পিউটাৰ ইমাৰ্জেন্সী ৰেছপন্স টীম (চিইআৰটি–ইন) আৰু ব্ৰাজিল চৰকাৰৰ প্ৰেছিডেন্সী কেবিনেটৰ তথ্য সুৰক্ষা, আনুষ্ঠানিক সুৰক্ষা বিভাগৰ নেটৱৰ্ক ইনচিডেণ্ট ট্ৰীটমেণ্ট চেণ্টাৰৰ সাধাৰণ সমন্বয়কৰ মাজত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী বিজয় ঠাকুৰ সিং, সচিব (পূব), এমইএ

শ্ৰী আগ’ষ্ট’ হেলেন’, ইন্সটিটিউচনেল ছিকিউৰিটী কাৰ্যালয়ৰ মন্ত্ৰী

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

১১

ভাৰত আৰু ব্ৰাজিলৰ মাজত ২০২০–২০২৩ বৰ্ষৰ বাবে  বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে সহযোগিতাৰ চুক্তি

শ্ৰী বিজয় ঠাকুৰ সিং, সচিব (পূব), এমইএ

শ্ৰী মাৰ্ক’ছ পণ্টেছ, বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন আৰু যোগাযোগ মন্ত্ৰী

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

১২

ভাৰত চৰকাৰৰ খনি মন্ত্ৰালয়ৰ ভাৰতীয় ভূতাত্বিক সৰ্বেক্ষণ আৰু ব্ৰাজিল চৰকাৰৰ খনি আৰু শক্তি মন্ত্ৰালয়ৰ ভূতাত্বিক সৰ্বেক্ষণ বিভাগৰ মাজত ভূতত্ব আৰু খনিজাত সম্পদৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী বিজয় ঠাকুৰ সিং, সচিব (পূব), এমইএ

শ্ৰী বেণ্ট’ আলবোকাৰো, খনি আৰু শক্তি মন্ত্ৰী

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

১৩

ইনভেষ্ট ইণ্ডিয়া আৰু ব্ৰাজিলিয়ান ট্ৰেড আৰু বিনিয়োগ প্ৰচাৰ এজেন্সী (এপেক্স ব্ৰাজিল)ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী বিজয় ঠাকুৰ সিং, সচিব (পূব), এমইএ

শ্ৰী ছে’ৰগিঅ’ ছেগ’ভিয়া, এপেক্স–ব্ৰাজিলৰ অধ্যক্ষ

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

১৪

ভাৰত চৰকাৰৰ ফিচাৰী, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰালয়ৰ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগ তথা ব্ৰাজিল চৰকাৰৰ কৃষি, পশুধন আৰু খাদ্য যোগান মন্ত্ৰালয়ৰ মাজত পশুপালন আৰু দুগ্ধ উৎপাদন খণ্ডত সহযোগিতা বাবে সন্মতিৰ যুটীয়া ঘোষণা পত্ৰ

শ্ৰী অতুল চতুৰ্বেদী, সচিব, পশুপালন

শ্ৰী জৰ্জ ছেইফ জুনিয়ৰ, কৃষি, পশুধন আৰু খাদ্য যোগান মন্ত্ৰালয়ৰ কৃষি আৰু ফিচাৰীৰ সচিব

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

১৫

ভাৰতত জৈৱ শক্তিৰ গৱেষণাৰ বাবে এক মুখ্য প্ৰতিষ্ঠান স্থাপনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতৰ ইণ্ডিয়ান অইল কৰ্প’ৰেচন আৰু ব্ৰাজিলৰ চেণ্ট্ৰ’ নেচিঅ’নেল ডে পেছকুইছাম এনাৰ্জিয়া ই মেটেৰিয়াইছ (চিএনপিইএম)ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী সঞ্জীৱ সিং, ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেড (আইঅ’চিএল)ৰ অধ্যক্ষ

শ্ৰী মাৰ্ক’ছ পণ্টেছ, বিজ্ঞান, প্ৰযুক্তি, উদ্ভাৱন আৰু যোগাযোগ মন্ত্ৰী

বিনিময় কৰা হৈছে আৰু ঘোষণা কৰা হৈছে

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electronics output hits ₹13 lakh crore; Vaishnaw eyes No. 2 export spot

Media Coverage

India’s electronics output hits ₹13 lakh crore; Vaishnaw eyes No. 2 export spot
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi arrives in Paris
June 18, 2026

PM Modi arrived in Paris, France, to a warm welcome by the Indian diaspora.

During the visit, PM Modi will attend the VivaTech 2026 alongside President Macron. India will have the largest national pavilion at this edition, a fitting symbol of the enormous potential for partnership between Indian and European innovation ecosystems. The PM will also meet the members of the vibrant Indian community in Paris.