ক্ৰমিক নং

বুজাবুজিৰ চুক্তিপত্ৰৰ নাম/চুক্তি/সন্ধি

বাংলাদেশ দ্বাৰা বিনিময় হোৱা সমূহ

ভাৰতৰ দ্বাৰা বিনিময় হোৱা সমূহ

১.

চট্টগ্ৰাম আৰু মংগলা বন্দৰৰ ব্যৱহাৰৰ মানক কাৰ্যকৰী প্ৰক্ৰিয়া (এছ অ’ পি)

শ্ৰী ছায়েদ মুৱাজ্জেম আলি,

ভাৰতত বাংলাদেশৰ উচ্চায়ুক্ত

শ্ৰী গোপাল কৃষ্ণ, নৌ–পৰিবহণ মন্ত্ৰালয়ৰ সচিব

২.

ত্ৰিপুৰাৰ ছব্ৰুম চহৰৰ খোৱা পানীৰ আঁচনিৰ বাবে ফেনী নদীৰ পৰা ভাৰতৰ দ্বাৰা ১.৮২ ঘন ছেমি পানী গ্ৰহণ কৰাৰ বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী কবিৰ বিন আনোৱাৰ,

জল সম্পদ মন্ত্ৰালয়ৰ সচিব

শ্ৰী উপেন্দ্ৰ প্ৰসাদ সিং,

জল সম্পদ মন্ত্ৰালয়ৰ সচিব

৩.

ভাৰত চৰকাৰৰ দ্বাৰা বাংলাদেশলৈ লাইন অব্ ক্ৰেডিটছ্ (এল অ’ চি) বিস্তাৰণৰ চুক্তি

মহম্মদ শ্বাহৰিয়াৰ কাদেৰ ছিদ্দিকী, যুটীয়া সচিব,

অৰ্থনৈতিক সম্বদ্ধ শাখা, বিত্ত মন্ত্ৰালয়

শ্ৰীমতী ৰিভা গাংগুলী দাস, বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত

৪.

হায়দৰাবাদ বিশ্ববিদ্যালয় আৰু ঢাকা বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

অধ্যাপক ডঃ মহম্মদ আখতেৰুজ্জামান, উপায়ুক্ত,

ঢাকা বিশ্ববিদ্যালয়

শ্ৰীমতী ৰিভা গাংগুলী দাস, বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত

৫.

সাংস্কৃতিক বিনিময়ৰ পুনৰ নৱীকৰণ

ডঃ আবু হিনা মুস্তাফা কামাল,

সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব

শ্ৰীমতী ৰিভা গাংগুলী দাস, বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত

৬.

যুৱ পৰিক্ৰমাৰ সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

মহম্মদ আখতাৰ হুছেইন, সচিব,

যুৱ আৰু ক্ৰীড়া মন্ত্ৰালয়

শ্ৰীমতী ৰিভা গাংগুলী দাস, বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত

৭.

বন্দৰীয় নিৰীক্ষণ প্ৰণালী প্ৰদানৰ বুজাবুজিৰ চুক্তিপত্ৰ

শ্ৰী মোস্তফা কামাল উদ্দিন, গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ সচিব

শ্ৰীমতী ৰিভা গাংগুলী দাস, বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India adds 8.43M mobile users in March as telcos see sharp growth: TRAI

Media Coverage

India adds 8.43M mobile users in March as telcos see sharp growth: TRAI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 এপ্ৰিল 2026
April 23, 2026

Inclusive Innovation: Empowering Every Citizen in the New India Under the Leadership of PM Modi