লাডাখৰ উপ-ৰাজ্যপাল শ্ৰী কবিন্দৰ গুপ্তাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্সত প্ৰধানমন্ত্ৰী কাৰ্যালেয় লিখিছেঃ
‘লাডাখৰ উপ-ৰাজ্যপাল শ্ৰী কবিন্দৰ গুপ্তাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
@lg_ladakh’
Lieutenant Governor of Ladakh, Shri @KavinderGupta met Prime Minister @narendramodi.@lg_ladakh pic.twitter.com/4xchwqT9HP
— PMO India (@PMOIndia) January 5, 2026


