আজি লাডাখৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী কবিন্দৰ গুপ্তাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
পিএমঅ’ ইণ্ডিয়াৰ এক্স হেণ্ডেলত এই বিষয়ত লিখিছে -
“লাডাখৰ উপ-ৰাজ্যপাল শ্ৰী @KavinderGupta ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
Lieutenant Governor of Ladakh, Shri @KavinderGupta met Prime Minister @narendramodi. pic.twitter.com/hJROT9lC4Z
— PMO India (@PMOIndia) August 2, 2025


