প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাৰী দিৱসত কয় যে আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকল বিকশিত ভাৰতৰ শক্তিশালী যোগসূত্ৰ।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত এইদৰে কয়:
"লাখপতি দিদি যোজনা সমগ্ৰ দেশতে মহিলা সবলীকৰণৰ এটা বৃহৎ মাধ্যম হৈ পৰিছে। আত্মসহায়ক গোটৰ সৈতে জড়িত আমাৰ মাতৃ, ভগ্নী আৰু কন্যাসকল এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত এক শক্তিশালী যোগসূত্ৰ।"
लखपति दीदी योजना देशभर में महिलाओं को सशक्त बनाने का एक बड़ा माध्यम बन रही है। स्वयं सहायता समूह से जुड़ी हमारी माताएं-बहनें और बेटियां विकसित भारत के निर्माण की एक मजबूत कड़ी हैं। pic.twitter.com/ru4YnKgP2s
— Narendra Modi (@narendramodi) March 8, 2024


