কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ি বিজয়নে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্স-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এনেদৰে পোষ্ট কৰিছেঃ
"কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায়ি বিজয়নে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।"
CM of Kerala, Shri @pinarayivijayan met Prime Minister @narendramodi. pic.twitter.com/dpfsZCWB9z
— PMO India (@PMOIndia) October 10, 2025


