প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতৰ চাৰিটা স্থানে ৰামছৰ স্বীকৃতি পোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰৰ যাদৱৰ টুইটাৰৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতৰ চাৰিটা স্থানে ৰামছৰ স্বীকৃতি পোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷ ই পুনৰবাৰ প্ৰাকৃতিক আৱাসস্থল সংৰক্ষণ, জৈৱ-বৈচিত্ৰতা সংৰক্ষণৰ দিশত কাম-কাজৰ লগতে এক সেউজ পৃথিৱী গঢ়াত ভাৰতৰ শ শ বছৰ পুৰণি পৰম্পৰাক প্ৰতিফলিত কৰিছে৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Science and the power of jan bhagidari can lead to a TB-free India

Media Coverage

Science and the power of jan bhagidari can lead to a TB-free India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Nagaland meets Prime Minister
March 24, 2026