39 Officer Trainees of Indian Foreign Service meet PM Modi
Represent India abroad in the context of the country's rich history, culture and traditions: PM to IFS Officers
Become more tech-savvy and engage fully with the State governments and diaspora: PM tells IFS Officers

ভাৰতীয় বৈদেশিক সেৱা প্ৰতিষ্ঠানত সম্প্ৰতি প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ৩৯গৰাকী বিষয়াই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷  

বিষয়াসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ চহকী ইতিহাস, সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰেক্ষাপটত বিদেশত তেওঁলোকে ভাৰতক প্ৰতিনিধিত্ব কৰা উচিত৷ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়াসকল কেৱল বৰ্তমানৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়সমূহক লৈয়ে নহয়, ৰাষ্ট্ৰৰ বিকাশৰ বাবে ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতিও সজাগ থাকিব লাগে৷ প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক অধিক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিবলৈ আৰু ৰাজ্য চৰকাৰ তথা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে সম্পূৰ্ণৰূপে সংযুক্ত হৈ থকাক আহ্বান জনায়৷ কিয়নো বৈদেশিক সম্পৰ্ক স্থাপনত প্ৰৱাসী ভাৰতীয়সকলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে৷

বৈদেশিক সেৱা প্ৰতিষ্ঠানত সম্প্ৰতি প্ৰশিক্ষণ গ্ৰহণ কৰি থকা ভূটানৰ দুগৰাকী কূটনীতিবিদো এই দলটোৰ সৈতে আছিল৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 aims to build job-ready, formal talent base, say experts

Media Coverage

Budget 2026 aims to build job-ready, formal talent base, say experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ফেব্ৰুৱাৰী 2026
February 03, 2026

Modi Hai Toh Mumkin Hai: India Gains Competitive Boost in US Market, Slamming Doubters