এখন সমৃদ্ধিশালী পৃথিৱী উন্নত পৃথিৱী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰযুক্তিৰ একত্ৰীকৰণত যথেষ্ট অগ্ৰাধিকাৰ দি ভাৰতে স্বাস্থ্য খণ্ডত সক্ৰিয়ভাৱে কাম কৰি থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ জোৰ দি কয় যে ভাৰতে এই ক্ষেত্ৰত গোলকীয় প্ৰচেষ্টা শক্তিশালী কৰিব।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছৰ এটা পোষ্টৰ সঁহাৰি দি শ্ৰী মোদীয়ে লিখিছে:

"মৰমৰ তুলসী ভাই,

এখন সমৃদ্ধিশালী পৃথিৱী উন্নত পৃথিৱী । ভাৰতে এই খণ্ডত সক্ৰিয়ভাৱে কাম কৰি আছে। আমি প্ৰযুক্তিক একত্ৰিত কৰাৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰাধিকাৰ দি আছো। একে সময়তে আমি এইক্ষেত্ৰত গোলকীয় প্ৰচেষ্টা শক্তিশালী কৰিম।

@DrTedros"

 

 

  • Santosh Dabhade January 26, 2025

    jay ho
  • கார்த்திக் January 01, 2025

    🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️🏵️ 🙏🏾Wishing All a very Happy New Year 🙏 🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺
  • prakash s December 10, 2024

    🚩🙏 Jai shree Ram 🙏🚩
  • Preetam Gupta Raja December 09, 2024

    जय श्री राम
  • JYOTI KUMAR SINGH December 08, 2024

    🙏
  • Chandrabhushan Mishra Sonbhadra December 05, 2024

    🕉️🕉️
  • Chandrabhushan Mishra Sonbhadra December 05, 2024

    🕉️
  • கார்த்திக் December 04, 2024

    🌺ஜெய் ஸ்ரீ ராம்🌺जय श्री राम🌺જય શ્રી રામ🌺 🌺ಜೈ ಶ್ರೀ ರಾಮ್🌺ଜୟ ଶ୍ରୀ ରାମ🌺Jai Shri Ram 🌺🌺 🌺জয় শ্ৰী ৰাম🌺ജയ് ശ്രീറാം 🌺 జై శ్రీ రామ్ 🌺🌹
  • DEBASHIS ROY December 04, 2024

    🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
  • DEBASHIS ROY December 04, 2024

    joy hind joy bharat
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Social security cover up from 24% in 2019 to 64%: ILO report

Media Coverage

Social security cover up from 24% in 2019 to 64%: ILO report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2025
June 12, 2025

Building a Viksit Bharat with Innovation and Inclusion under the Leadership of PM Modi