আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ২ দিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হোৱাৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটযোগে কয়, “আপোনাৰ আগমণৰ বাবে ভাৰতে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে ড’নাল্ড ট্ৰাম্প মহোদয়।”

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ টুইটাৰ হেণ্ডেলযোগে প্ৰকাশ কৰি কয়, “আপোনাৰ ভাৰত ভ্ৰমণে আমাৰ দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব।”

উল্লেখ্য যে ৰাষ্ট্ৰপতি ট্ৰাম্প আজি আহমেদাবাদত উপস্থিত হৈয়েই মটেৰা ষ্টেডিয়ামত আয়োজিত ‘নমস্তে ট্ৰাম্প’ শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁ সবৰমতী আশ্ৰমলৈও যাব।
নমস্তে ট্ৰাম্প অনুষ্ঠানত অংশগ্ৰহণৰ পিছত সন্ধিয়ালৈ নতুন দিল্লীলৈ যাব ৰাষ্ট্ৰপতি ট্ৰাম্প। ইয়াতেই তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে একাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ ওপৰত আলোচনা কৰিব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IndiaAI Mission-backed startup Avataar launches indigenous video AI model

Media Coverage

IndiaAI Mission-backed startup Avataar launches indigenous video AI model
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 জুন 2026
June 13, 2026

Viksit Bharat Accelerating: Tech, Defense, Infra & Exports Power India's Global Leap Under the Leadership of PM Modi