Quoteপ্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষণাধীন বিষয়াসকলৰ সৈতে মুকলিভাৱে আৰু অনানুষ্ঠানিক বাৰ্তালাপত মিলিত হয়

ভাৰতীয় বৈদেশিক সেৱাৰ (আইএফএছ) ২০২১ বেটছৰ প্ৰশিক্ষণাধীন বিষয়াসকলে আজি ৭, লোক কল্যাণ মাৰ্গত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

|

কোনোধৰণৰ আনুষ্ঠানিকতা অবিহনে মুকলি বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে আইএফএছ বিষয়া প্ৰশিক্ষাৰ্থীসকলক এই সেৱাত যোগদান কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে আৰু কয় যে তেওঁলোকে এতিয়া বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে সেৱাত যোগদান কৰাৰ কাৰণ সন্দৰ্ভতো আলোচনা কৰে।

|

২০২৩ বৰ্ষটো আন্তৰ্জাতিক বাজৰা বৰ্ষ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কিদৰে বাজৰাক আৰু অধিক জনপ্ৰিয় কৰি তুলিব পাৰি যাতে আমাৰ কৃষকসকল উপকৃত হ'ব পাৰে সেই বিষয়ে বিতংভাৱে আলোচনা কৰে । বাজৰা কিমান পৰিৱেশ অনুকূল আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ইয়াৰ উপকাৰিতা সম্পৰ্কেও তেওঁ আলোচনা কৰে। তেওঁ এলআইএফই (পৰিৱেশৰ বাবে জীৱন যাপন) প্ৰসংগত আলোচনা কৰে আৰু পৰিৱেশক লাভান্বিত কৰিবলৈ এজন মানুহে কেনেদৰে নিজৰ জীৱনশৈলীত সৰু সৰু পৰিৱৰ্তন আনিব পাৰে তাৰ বিষয়েও আলোচনা কৰে। প্ৰশিক্ষণাধীন বিষয়াসকলে এই বছৰৰ স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰা পঞ্চ প্ৰাণৰ বিষয়ে আলোচনা কৰে আৰু এই লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁলোকে কিদৰে অৰিহণা যোগাব পাৰে সেই দিশসমূহ দাঙি ধৰে।

|

প্ৰধানমন্ত্ৰীয়ে প্ৰশিক্ষাৰ্থীসকলক পৰৱৰ্তী ২৫ বছৰৰ বাবে দীৰ্ঘম্যাদী চিন্তা আৰু পৰিকল্পনা কৰিবলৈ আহ্বান জনায় আৰু এই সময়ছোৱাত তেওঁলোকে কেনেদৰে নিজকে গঢ়ি তুলিব পাৰে আৰু দেশৰ বিকাশৰ বাবে ব্যৱহাৰযোগ্য হ'ব পাৰে সেই বিষয়ে আলোকপাত কৰে।

  • शिवानन्द राजभर September 26, 2022

    जय माता दी
  • Laxman singh Rana September 26, 2022

    नमो नमो 🇮🇳🌹
  • Laxman singh Rana September 26, 2022

    नमो नमो 🇮🇳
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad September 12, 2022

    🇮🇳🚩🇮🇳🚩🇮🇳🚩
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad September 12, 2022

    🇮🇳🚩🇮🇳🚩🇮🇳🚩
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad September 12, 2022

    🇮🇳🚩🇮🇳🚩🇮🇳🚩
  • Manda krishna BJP Telangana Mahabubabad District mahabubabad September 12, 2022

    🇮🇳🚩🇮🇳🚩🇮🇳🚩
  • Chowkidar Margang Tapo September 07, 2022

    namo namo namo namo namo again,...
  • Jayantilal Parejiya September 06, 2022

    Jay Hind 4
  • ranjeet kumar September 05, 2022

    jay sri ram
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey

Media Coverage

Over 88% Trust PM Modi On National Security Matters After Op Sindoor: News18 Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুন 2025
June 08, 2025

PM Modi’s Vision of Women-led Development – Transforming Women into Nation Builders