হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
“হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰী শিৱ প্ৰতাপ শুক্লাই কালি প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@Lokbhavanhp”
Governor of Himachal Pradesh, Shri Shiv Pratap Shukla, met PM @narendramodi yesterday.@Lokbhavanhp pic.twitter.com/5Low4bk0X3
— PMO India (@PMOIndia) December 13, 2025


