ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিদৃশ্য সৱলীকৰণৰ বাবে কিবা প্ৰস্তাৱ আছে নেকি? এতিয়াই বিনিময় কৰক!

২ অক্টোবৰৰ পৰা  ৩১ অক্টোবৰ ২০২০ তাৰিখলৈ উদযাপিত বৈভৱ সন্মিলনত সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ শৈক্ষিক প্ৰতিষ্ঠান তথা গৱেষণা আৰু বিকাশ সংস্থাসমূহৰ ভাৰতীয় বংশোদ্ভৱ বিশিষ্ট ব্যক্তিসকলক একেখন মঞ্চতে উপৱিষ্ট কৰি বিশ্বৰ উন্নয়নৰ বাবে ভাৰতত শৈক্ষিক আৰু বিজ্ঞান তথা প্ৰযুক্তিভিত্তিক প্ৰণালীসমূহক শক্তিশালী কৰাৰ বাবে মুকলি তৰ্কত অৱতীৰ্ণ হোৱাৰ সুযোগৰ সৃষ্টি হৈছিল৷ 

সেই সন্মিলনত ভাৰতৰ উন্নত ভৱিষ্যতৰ বিভিন্ন উপায়ৰ বিষয়ে আলোচনা কৰা হৈছিল৷ এই মঞ্চত গৱেষকসকলক তেওঁলোকৰ গৱেষণাৰ পৰা প্ৰস্তুত হোৱা আকৰ্ষণীয় চিন্তাধাৰা তথা পৰামৰ্শ বিনিময় কৰাৰ বাবে আহ্বান জনোৱা হৈছে৷

 

Share
 
Comments
  • Your Suggestion
Comment 860