হাৰিয়ানাৰ ৰাজ্যপাল অধ্যাপক অসীম কুমাৰ ঘোষে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এক্স-ত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে প’ষ্ট কৰেঃ
“হাৰিয়ানাৰ ৰাজ্যপাল অধ্যাপক অসীম কুমাৰ ঘোষে প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।”
Governor of Haryana, Prof. Ashim Kumar Ghosh met Prime Minister @narendramodi. pic.twitter.com/t3EVvNgn3H
— PMO India (@PMOIndia) July 30, 2025


