হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নায়ব সিংহ সৈনীয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰে:
“হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী @NayabSainiBJP য়ে প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।”
Chief Minister of Haryana, Shri @NayabSainiBJP, met Prime Minister @narendramodi.@cmohry pic.twitter.com/vRSnVZdS9i
— PMO India (@PMOIndia) July 19, 2024


