প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কেনিয়া বিৰোধী দলৰ নেতা এইচ.ই. ৰাইলা অ’ডিংগাক সাক্ষাৎ কৰে৷

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে কৰা কেনিয়া ভ্ৰমণৰ কথা সোঁৱৰণ কৰি দেশখনৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ বিষয়ে ম্তব্য কৰে৷ ঠিক সেইদৰে অ’ডিংগাও ২০০৯ আৰু ২০১২ চনত কৰা ভাৰত ভ্ৰমণৰ বিষয়ে সোঁৱৰণ কৰে৷

দুয়োগৰাকী নেতাই বিগত বৰ্ষসমূহত ভাৰত-কেনিয়াৰ সম্বন্ধৰ বিকাশৰ লগতে আঞ্চলিক তথা বিশ্বজনীন সমস্যাসমূহৰ পাৰস্পৰিক আগ্ৰহৰ বিষয়েও আলোচনা কৰে৷

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Teachers: The artists of education

Media Coverage

Teachers: The artists of education
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 ছেপ্টেম্বৰ 2026
September 07, 2026

Vasudhaiva Kutumbakam in Action: Tech Hub, Border Villages, Global Leadership by PM Modi