আজি গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
এই সন্দৰ্ভত এক্স-ত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে কয়ঃ
“গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী @Bhupendrapbjp-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@CMOGuj”
Chief Minister of Gujarat, Shri @Bhupendrapbjp, met Prime Minister @narendramodi.@CMOGuj pic.twitter.com/Wpl2ihO9Dr
— PMO India (@PMOIndia) April 21, 2025


