ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেয়ে গ্ৰীন হাইড্ৰজেন ফুয়েল চেল বাছত যাত্ৰা কৰাত আনন্দ প্ৰকাশেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে গ্ৰীন হাইড্ৰজেন ফুয়েল চেল বাছ হৈছে বহনক্ষমতা বৃদ্ধি আৰু অনাগত প্ৰজন্মৰ বাবে এটি সেউজ ভৱিষ্যতৰ অৰ্থে অৰিহণা যোগাবলৈ আমাৰ প্ৰচেষ্টাৰাজিৰ এটা অংশ।

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে এক্সত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে এইদৰে কয়ঃ

“মই প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেয়ে গ্ৰীন হাইড্ৰজেন ফুয়েল চেল বাছত যাত্ৰা কৰাত সন্তোষ পাইছোঁ। এনে বাছ হৈছে বহনক্ষমতা বৃদ্ধি আৰু আগন্তুক প্ৰজন্মৰ বাবে এটি সেউজ ভৱিষ্যতৰ অৰ্থে অৰিহণা যোগোবলৈ আমাৰ প্ৰচেষ্টাৰ এটা অংশ। @tsheringtobgay”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
AI Impact Summit: PM Modi showcases India's culture to world leaders

Media Coverage

AI Impact Summit: PM Modi showcases India's culture to world leaders
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 ফেব্ৰুৱাৰী 2026
February 19, 2026

BHASHINI to Global Leadership: How PM Modi is Building a Human-Centric AI Future for Bharat & the World