ছিকিমৰ ৰাজ্যপাল শ্ৰী ওম প্ৰকাশ মাথুৰে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে প’ষ্ট কৰিছেঃ
“ছিকিমৰ ৰাজ্যপাল শ্ৰী @OmMathur_Raj-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।"
@GovernorSikkim
Governor of Sikkim, Shri @OmMathur_Raj met Prime Minister @narendramodi.@GovernorSikkim pic.twitter.com/pqH9gZ5gV5
— PMO India (@PMOIndia) November 4, 2025


