ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগড়েই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত প্ৰকাশ কৰিছে যে-
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী হৰিভাউ বাগড়েই প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে।
@narendramodi
@RajBhavanJaipur
Governor of Rajasthan, Shri Haribhau Bagade, met Prime Minister @narendramodi.@RajBhavanJaipur pic.twitter.com/URg1oe2Kmq
— PMO India (@PMOIndia) September 8, 2025




