প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে যীশু খ্ৰীষ্টক দয়াৰ এক আদৰ্শপূৰ্ণ অৱতাৰ বুলি আখ্যা দিয়ে৷

গুড ফ্ৰাইডে উপলক্ষে এক বাৰ্তাত শ্ৰী মোদীয়ে টুইটাৰত কয়, “গুড ফ্ৰাইডেই আমাক যীশু খ্ৰীষ্টৰ সংগ্ৰাম আৰু ত্যাগৰ কথা মনত পেলাই দিয়ে৷ তেওঁ দয়াৰ এক আদৰ্শপূৰ্ণ অৱতাৰ৷ তেওঁ অভাৱগ্ৰস্ত আৰু ৰোগীয়া লোকসকলৰ সেৱাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছিল৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO

Media Coverage

India a ‘front-runner’ market, plans to deepen AI and manufacturing presence: Ericsson CEO
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 মাৰ্চ 2026
March 03, 2026

Citizens Express Their Appreciation on Heartfelt Leadership, Historic Gains: PM Modi’s India Shines in Conservation, Commerce, and Clean Energy