প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৈশ্বিক জৈৱ ইন্ধন মিত্ৰতাত যোগদান কৰা সদস্য ৰাষ্ট্ৰসমূহক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে বৈশ্বিক জৈৱ ইন্ধন মিত্ৰতাৰ শুভাৰম্ভ স্থিৰতা আৰু বিশুদ্ধ শক্তি অন্বেষণৰ দিশত অব্যাহত থকা প্ৰচেষ্টাৰ ক্ষেত্ৰত এক ঐতিহাসিক মুহুৰ্ত।

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু শক্তি মন্ত্ৰী শ্ৰী হৰদীপ পুৰীয়ে এক্সযোগে কৰা এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;

"স্থিৰতা আৰু বিশুদ্ধ শক্তি অন্বেষণৰ দিশত অব্যাহত থকা প্ৰচেষ্টাৰ ক্ষেত্ৰত বৈশ্বিক জৈৱ ইন্ধন মিত্ৰতাৰ শুভাৰম্ভ এক ঐতিহাসিক মুহুৰ্ত।

এই মিত্ৰতাত যোগদান কৰা সদস্য ৰাষ্ট্ৰসমূহক মই ধন্যবাদ জনাইছো।"

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুলাই 2026
July 20, 2026

Yuva to Global Stage: How PM Modi’s Policies Are Turning India’s Youth, Farms & Factories into Growth Engines