প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছান মাইক্ৰ’চিষ্টেমৰ প্ৰতিষ্ঠাপক শ্ৰী বিনোদ খোছলাৰ সৈতে মত বিনিময় কৰে।
বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী আৰু শ্ৰী খোছলাই কৃত্ৰিম বুদ্ধিমত্তা আৰু ভাৰতৰ সজীৱ ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰৰ সৈতে জড়িত বিভিন্ন দিশৰ বিষয়ত আলোচনা কৰে।
এক্সত দিয়া এটা পোষ্টত শ্ৰী মোদীয়ে উল্লেখ এনেদৰে কয়-
“আজি বিনোদ খোছলাৰ সৈতে মত বিনিময় কৰিলো ।আমি এআই আৰু ভাৰতৰ সজীৱ ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰৰ সৈতে জড়িত দিশসমূহৰ বিষয়ে আলোচনা কৰিলোঁ।
@vkhosla”
It was wonderful interacting with Mr. Vinod Khosla earlier today. We discussed aspects relating to AI and India’s vibrant StartUp ecosystem.@vkhosla pic.twitter.com/1ulHnLXmLE
— Narendra Modi (@narendramodi) February 18, 2026


