১৫তম বিত্ত আয়োগৰ অধ্যক্ষ আৰু সদস্য সকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ২০২১-২২ৰ পৰা ২০২৫-২৬ৰ সময়ছোৱাৰ বাবে আয়োগৰ ৰিপ'ৰ্টৰ এটা কপি প্ৰদান কৰে। আয়োগে নিজৰ ৰিপ'ৰ্ট ৪ নবেম্বৰ, ২০২০ত ভাৰতৰ ৰাষ্ট্ৰপতিক সমৰ্পিত কৰিছিল।

অধ্যক্ষ শ্ৰী এন কে সিংহ তথা আয়োগৰ সদস্য শ্ৰী অজয় নাৰায়ণ ঝা, অধ্যাপক অনুপ সিংহ, ড৹ অশোক লাহিৰি আৰু ড৹ ৰমেশ চন্দৰ সৈতে আয়োগৰ সচিব শ্ৰী অৰবিন্দ মেহতা ৰিপ'ৰ্ট প্ৰদানৰ এই অনুষ্ঠানত উপস্থিত থাকে।

আয়োগে কাইলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীক নিজৰ ৰিপ'ৰ্ট দাখিল কৰিব।

সংবিধানৰ জৰিয়তে নিৰ্দ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি এই ৰিপ'ৰ্ট এক্সপ্লেনেটৰী মেমৰেণ্ডামৰ সৈতে এ টি আৰৰ মাধ্যমত সদনৰ মজিয়াত উত্থাপন কৰা হ'ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Water conservation in India: The community as custodian

Media Coverage

Water conservation in India: The community as custodian
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Chief Minister of Delhi meets Prime Minister
March 21, 2026