প্ৰধানমন্ত্ৰী মোদীয়ে আজি অপ্ৰত্যাশিত ভাৱে দিল্লীৰ ইণ্ডিয়া গেটৰ সমীপত অনুষ্ঠিত হুনাৰ হাট পৰিদৰ্শন কৰে৷ হুনাৰ হাটে হস্ততাঁত, বস্ত্ৰ আৰু বিভিন্ন সামগ্ৰী প্ৰদৰ্শিত কৰিব পৰাকৈ দেশৰ শিল্পীসকলক এখন মঞ্চ প্ৰদান কৰিছে৷ প্ৰধানমন্ত্ৰী মোদীয়ে হুনাৰ হাটত অংশগ্ৰহণ কৰা বিভিন্ন কাৰিকৰ আৰু শিল্পীৰ উৎপাদিত সামগ্ৰীৰ ষ্টলসমূহ পৰিদৰ্শন কৰে৷
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ এয়া কিছুমান বিশেষ আলোকচিত্ৰ









