সামান্য ব্যৱধানত দীপক পুনীয়াই ব্ৰঞ্জৰ পদক হেৰুৱালেও আমাৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ’ল বুলি অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে তেওঁক ধৈৰ্য আৰু প্ৰতিভাৰ আকৰ বুলিও অভিহিত কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“সামান্য ব্যৱধানত দীপক পুনীয়াই ব্ৰঞ্জৰ পদক হেৰুৱালেও তেওঁ আমাৰ অন্তৰ জয় কৰিলে। তেওঁ ধৈৰ্য আৰু প্ৰতিভাৰ আকৰ। ভৱিষ্যতৰ প্ৰতিটো প্ৰয়াসলৈ মই দীপকক শুভকামনা যাঁচিলো। #Tokyo2020

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Bill to replace MGNREGS simultaneously furthers the cause of asset creation and providing a strong safety net

Media Coverage

The Bill to replace MGNREGS simultaneously furthers the cause of asset creation and providing a strong safety net
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ডিচেম্বৰ 2025
December 22, 2025

Aatmanirbhar Triumphs: PM Modi's Initiatives Driving India's Global Ascent