তামিলনাডুৰ মুখ্যমন্ত্ৰী থিৰু চি যোচেফ বিজয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-ত পোষ্ট কৰিছে;
‘তামিলনাডুৰ মুখ্যমন্ত্ৰী@TVKVijayHQ এ প্ৰধানমন্ত্ৰী@narendramodi ক সাক্ষাৎ কৰে।
@CMOTamilnadu”
Chief Minister of Tamil Nadu, Thiru @TVKVijayHQ met Prime Minister @narendramodi.@CMOTamilnadu pic.twitter.com/XlKevlTwv2
— PMO India (@PMOIndia) June 11, 2026


