অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
“অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা @himantabiswa ই কালি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী @narendramodi ক সাক্ষাৎ কৰে।"
@CMOfficeAssam
Chief Minister of Assam, Shri @himantabiswa met Prime Minister @narendramodi last evening.@CMOfficeAssam pic.twitter.com/bkqV3H2DYf
— PMO India (@PMOIndia) November 5, 2025




