অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী এন চন্দ্ৰবাবু নাইডুৱে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;
“অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @ncbn-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@AndhraPradeshCM”
Chief Minister of Andhra Pradesh, Shri @ncbn met Prime Minister @narendramodi.@AndhraPradeshCM pic.twitter.com/P1mg5MFqRb
— PMO India (@PMOIndia) October 13, 2025


