প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাইৰ মামল্লাপুৰমত ভাৰত-চীনৰ দ্বিতীয় অনানুষ্ঠানিক বৈঠকক ভাৰত-চীনৰ সম্পৰ্কৰ ‘সহযোগিতাত নতুন যুগ’ৰ সূচনা কৰা বুলি বৰ্ণনা কৰিছে৷

মামল্লাপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ অধ্যক্ষতাত অনুষ্ঠিত ভাৰত-চীনৰ দ্বিতীয় অনানুষ্ঠানিক বৈঠকৰ দ্বিতীয় দিনাৰ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে আদৰণি ভাষণ আগবঢ়ায়৷

যোৱা বছৰ য়ুহানত দুয়োখন দেশৰ মাজত অনুষ্ঠিত প্রথম অনানুষ্ঠানিক বৈঠকৰ প্ৰসংগত প্রধানমন্ত্রীয়ে কয় এই বৈঠকে “আমাৰ সম্পৰ্কত সুস্থিৰতা অনাৰ লগতে নতুন গতি প্ৰদান কৰিছিল৷”

তেওঁ কয়, “দুয়োখন দেশৰ মাজত কৌশলগত যোগাযোগ বৃদ্ধি পাইছে৷”

প্রধানমন্ত্রীয়ে লগতে কয়, “আমি সিদ্ধান্ত লৈছো, আমাৰ মাজত যিবোৰ মতপার্থক্য আছে, সেয়া কোনো বিবাদত পৰিণত নকৰি দুৰদর্শী পদক্ষেপ গ্ৰহণেৰে সমাধান কৰিম৷ আমাৰ প্রত্যেকৰে নিজস্ব বিষয়সমূহক লৈ সংবেদনশীল হ’ম আৰু আমাৰ সম্পর্ক বিশ্ব শান্তি আৰু সুস্থিৰতাৰ দিশে অগ্রসৰ হ’ব৷”

মামল্লাপুৰমত দ্বিতীয় অনানুষ্ঠানিক বৈঠকৰ প্রসংগত প্রধানমন্ত্রীয়ে কয়, “চেন্নাই বৈঠকত আমি দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয়ক লৈ বিস্তাৰিতভাৱে আলোচনা কৰিছো৷ আমাৰ দ্বিপাক্ষিক সম্পর্কই য়ুহান বৈঠকতে নতুন গতি লাভ কৰিছে৷ আজি ‘#ChennaiConnect’ৰ জৰিয়তে আমাৰ দুয়োখন দেশৰ সহযোগিতামূলক সম্পর্কৰ নতুন যুগৰ সূচনা হ’ল৷”

“আমাৰ দ্বিতীয় অনানুষ্ঠানিক বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতলৈ অহা ৰাষ্ট্রপতি জি জিংপিঙক মই ধন্যবাদ জনাইছো৷ এই #ChennaiConnectএ ভাৰত-চীনৰ মাজৰ সম্পৰ্কত নতুন গতি প্ৰদান কৰিব৷ ইয়াৰ জৰিয়তে দুয়োখন দেশৰ জনসাধাৰণৰ লগতে বিশ্ববাসী লাভাম্বিত হ’ব৷”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Inspiration For Millions': PM Modi Gifts Putin Russian Edition Of Bhagavad Gita

Media Coverage

'Inspiration For Millions': PM Modi Gifts Putin Russian Edition Of Bhagavad Gita
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister welcomes President of Russia
December 05, 2025
Presents a copy of the Gita in Russian to President Putin

The Prime Minister, Shri Narendra Modi has welcomed President of Russia, Vladimir Putin to India.

"Looking forward to our interactions later this evening and tomorrow. India-Russia friendship is a time tested one that has greatly benefitted our people", Shri Modi said.

The Prime Minister, Shri Narendra Modi also presented a copy of the Gita in Russian to President Putin. Shri Modi stated that the teachings of Gita give inspiration to millions across the world.

The Prime Minister posted on X:

"Delighted to welcome my friend, President Putin to India. Looking forward to our interactions later this evening and tomorrow. India-Russia friendship is a time tested one that has greatly benefitted our people."

@KremlinRussia_E

"Я рад приветствовать в Дели своего друга - Президента Путина. С нетерпением жду наших встреч сегодня вечером и завтра. Дружба между Индией и Россией проверена временем; она принесла огромную пользу нашим народам."

"Welcomed my friend, President Putin to 7, Lok Kalyan Marg."

"Поприветствовал моего друга, Президента Путина, на Лок Калян Марг, 7."

"Presented a copy of the Gita in Russian to President Putin. The teachings of the Gita give inspiration to millions across the world."

@KremlinRussia_E

"Подарил Президенту Путину экземпляр Бхагавад-гиты на русском языке. Учения Гиты вдохновляют миллионы людей по всему миру."

@KremlinRussia_E