Share
 
Comments

এনএক্সপি ছেমিকণ্ডাক্টৰ্ছৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী যুৰ্ট চিভাৰ্ছে আজি সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক।

এনএক্সপিয়ে আজি কৰা এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি লিখিছে:

"@NXP ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত কুৰ্ট চিভাৰ্ছক লগ পাই আৰু অৰ্ধপৰিবাহী আৰু উদ্ভাৱনৰ পৃথিৱীত পৰিৱৰ্তনশীল দৃশ্যপটৰ বিষয়ে আলোচনা কৰি আনন্দিত হৈছো। আমাৰ প্ৰতিভাশালী যুৱপ্ৰজন্মৰ বলতে ভাৰতে এই খণ্ডসমূহত এক শক্তিশালী কাৰক হিচাপে থিয় হ’বলৈ সক্ষম হৈছে।"

Explore More
৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
UPI transactions surged to 9.3 billion in June 2023, driven by P2M, says Worldline report

Media Coverage

UPI transactions surged to 9.3 billion in June 2023, driven by P2M, says Worldline report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM celebrates Gold medal by Women’s Team in 25m Pistol at Asian Games
September 27, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has congratulated the Women’s Team of Manu Bhaker, Rhythm Sangwan and Esha Singh for winning the gold medal in 25m Pistol at the Asian Games 2022 in Hangzhou.

The Prime Minister posted on X:

“An exemplary Gold for India.

Congratulations to the 25m Pistol Women Team, comprising Manu Bhaker, Rhythm Sangwan and Esha Singh, for their spectacular victory!

Their remarkable teamwork has yielded great results. Best wishes for their future endeavours.