সম্পূৰ্ণৰূপে এলিভেটেড পৰিকল্পনাৰ ব্যয় ৫,৪৫২ কোটি টকা হ'ব

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰীসভাই আজি হুডা চিটী চেণ্টাৰৰ পৰা চাইবাৰ চিটীলৈ স্পাৰ (ছাইড লাইন)ৰ লগতে দ্বাৰকা এক্সপ্ৰেছৱেগুৰুগ্ৰামলৈকে ২৮.৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলগা মেট্ৰো কানেক্টিভিটিক মঞ্জুৰী দিয়ে। এই পথত ২৭টা ষ্টেচন থাকিব।

পৰিকল্পনা সম্পূৰ্ণ কৰাৰ মুঠ ব্যয় ৫,৪৫২ কোটি টকা হ'ব। এয়া ১৪৩৫ এমএম (৫ ফুট ৮.৫ ইঞ্চি)ৰ এটা ষ্টেণ্ডাৰ্ড গজ লাইন হ'ব। পৰিকল্পনা এলিভেটেড হ'ব। বসই গাঁৱৰ পৰা ডিপোলৈ কানেক্টিভিটিৰ বাবে স্পাৰ দিয়া হৈছে।

পৰিকল্পনাক মঞ্জুৰীৰ স্থিতিৰ পৰা ৪ বছৰত সম্পূৰ্ণ কৰাৰ প্ৰস্তাৱ আছে আৰু ইয়াক হাৰিয়ানা মাছ ৰেপিড ট্ৰেন্সপৰ্ট কৰ্পৰেচন লিমিটেড (এইচএমআৰটিচি)ৰ দ্বাৰা ৰূপায়ন কৰা হ'যাক মঞ্জুৰীৰ আদেশ জাৰি হোৱাৰ পাছত ভাৰত চৰকাৰ আৰু হাৰিয়ানা চৰকাৰৰ ৫০:৫০ স্পেচিয়েল পাৰ্পাজ ভেহিকল (এছপিভিহিচাপে স্থাপন কৰা হ'ব।

কৰিডৰৰ নাম

দৈৰ্ঘ্য (কিঃমিঃত)

ষ্টেচনৰ সংখ্যা

এলিভেটেড/আণ্ডাৰগ্ৰাউণ্ড

হুডা চিটী চেণ্টাৰৰ পৰা চাইবাৰ চিটী চেণ্টাৰ-প্ৰধান কৰিডৰ

২৬.৬৫

 

 

২৬

এলিভেটেড

বসই গাঁৱৰ পৰা দ্বাৰকা এক্সপ্ৰেছৱেলৈ-স্পাৰ

.৮৫

০১

এলিভেটেড

মুঠ

২৮.৫০

২৭

 

 

লাভ:

আজিলৈকে পুৰণি গুৰুগ্ৰামত কোনো মেট্ৰো লাইন নাই। এই লাইনৰ প্ৰধান বিশেষত্ব হৈছে নতুন গুৰুগ্ৰামক পুৰণি গুৰুগ্ৰামৰ সৈতে সংযুক্ত কৰা। এই নেটৱৰ্ক ভাৰতীয় ৰে'লৱে ষ্টেচনৰ সৈতে সংযুক্ত হ'ব। পৰৱৰ্তী পৰ্যায়তই আইজিআই বিমান বন্দৰৰ বাবে কানেক্টিভিটি প্ৰদান কৰিব। ই অঞ্চলত সামগ্ৰিক বিকাশো প্ৰদান কৰিব।

অনুমোদিত কৰিডৰৰ বিৱৰণ এনেধৰণৰ:

 

বিৱৰণ

হুডা চিটী চেণ্টাৰৰ পৰা চাইবাৰ চিটীগুৰুগ্ৰামলৈ

দৈৰ্ঘ্য

২৮.৫০ কিলোমিটাৰ

ষ্টেচনৰ সংখ্যা

২৭টা ষ্টেচন

(সকলো এলিভেটেড)

এলাইনমেণ্ট

 

নিউ গুৰুগ্ৰাম ক্ষেত্ৰ

 

'ল্ড গুৰুগ্ৰাম ক্ষেত্ৰ 

হুডা চিটী চেণ্টাৰ ছেক্টৰ ৪৫ চাইবাৰ পাৰ্ক ছেক্টৰ ৪৭ সুভাষ চৌক ছেক্টৰ ৪৮ ছেক্টৰ ৭২এ হিৰো হোণ্ডা চৌক  - উদ্যোগ বিহাৰ ফেজ ৬ ছেক্টৰ ১০ ছেক্টৰ ৩৭ বসই গাঁও ছেক্টৰ ৯ ছেক্টৰ ৭ ছেক্টৰ ৪ ছেক্টৰ ৫ অশোক বিহাৰ ছেক্টৰ ৩ বজঘেৰা ৰোড পালম বিহাৰ এক্সটেনশ্যন পালম বিহাৰ ছেক্টৰ ২৩এ ছেক্টৰ ২২ উদ্যোগ বিহাৰ ফেজ ৪ উদ্যোগ বিহাৰ ফেজ ৫  - চাইবাৰ চিটী

 

দ্বাৰকা এক্সপ্ৰেছৱে (ছেক্টৰ ১০১লৈকে স্পাৰ

ডিজাইন স্পীড

ঘণ্টাত ৮০ কিঃমিঃ

গড় স্পীড

ঘণ্টাত ৩৪ কিঃমিঃ

প্ৰস্তাৱিত পূৰ্ণতা ব্যয়

ভাৰত চৰকাৰৰ শ্বেয়াৰ    ৮৯৬.১৯ কোটি

 

হাৰিয়ানা চৰকাৰৰ

 শ্বেয়াৰ                         ,৪৩২.৪৯ কোটি

 

স্থানীয় নিকায়ৰ

 যোগদান (হুডা)            ₹৩০০ কোটি

 

পিটিএ (পাছ থ্ৰু

 এছিষ্টেঞ্চ-ঋণ ঘটক)     ,৬৮৮.৫৭ কোটি

 

পিপিপি (লিফ্ট আৰু

এস্কেলেটৰ)                  ₹১৩৫.৪৭ কোটি

সম্পূৰ্ণ হোৱাৰ সময়

পৰিকল্পনা স্বীকৃত হোৱা তাৰিখৰ পৰা চাৰি বছৰ

ৰূপায়নৰ এজেঞ্চী

হাৰিয়ানা মাছ ৰেপিড ট্ৰেন্সপৰ্ট কৰ্পৰেচন লিঃ (এইচএমআৰটিচি)

ফাইনেঞ্চিয়েল ইণ্টাৰনেল ৰেট অফ ৰিটাৰ্ণ (এফআইআৰআৰ)

১৪.০৭ শতাংশ

ইকনমিক ইণ্টাৰনেল ৰেট অফ ৰিটাৰ্ণ (ইআইআৰআৰ)

২১.৭৯ শতাংশ

গুৰুগ্ৰাম আনুমানিক জনসংখ্যা

প্ৰায় ২৫ লাখ

আনুমানিক দৈনিক যাত্ৰী

.৩৪ লাখ ২০২৬ চন

.২৬ লাখ ২০৩১ চন

.৮১ লাখ ২০৪১ চন

১০.৭০ লাখ ২০৫১ চন

 

প্ৰস্তাৱিত কৰিডৰৰ মাৰ্গ মানচিত্ৰ অনুলগ্নক -১ অনুসৰি।

ঋণৰ ব্যৱস্থা

ইউৰোপীয় বিনিয়োগ ব'ৰ্ড (ইআইবিআৰু বিশ্ব বেংক (ডব্লিউবি)ৰ সৈতে কৰি থকা হৈছে।

পৃষ্ঠভূমি:

গুৰুগ্ৰামত অন্য মেট্ৰো লাইন:

(ডিএমআৰচিৰ (য়েল') লাইন (লাইন -)- অনুলগ্নক -১ত হালধীয়া ৰঙত দেখুওৱা হৈছে।

 

  1. মাৰ্গৰ দৈৰ্ঘ্য -৪৯.০১৯ কিঃমিঃ (সময়পুৰ বাদলি -হুডা চিটী চেণ্টাৰ৩৭টা ষ্টেচন)
  2. দিল্লী ভাগ -৪১.৯৬৯ কিঃমিঃ (সময়পুৰ বাদলি -অৰ্জনগড়৩২টা ষ্টেচন)
  3. হাৰিয়ানা ভাগ -.০৫ কিঃমিঃ (গুৰু দ্ৰোণাচাৰ্য -হুডা চিটী চেণ্টাৰ৫টা ষ্টেচন
  4. দৈনিক যাত্ৰীৰ সংখ্যা -১২.৫৬ লাখ
  5. হুডা চিটী চেণ্টাৰত লাইন -২ৰ সৈতে প্ৰস্তাৱিত লাইনৰ কানেক্টিভিটি
  6. বিভিন্ন খণ্ডত চলাচল আৰম্ভ হোৱাৰ তাৰিখ

 

বিশ্ববিদ্যালয়ৰ পৰা কাশ্মীৰী গেট

ডিচেম্বৰ ২০০৪

কাশ্মীৰী গেটৰ পৰা কেন্দ্ৰীয় সচিবালয়

জুলাই ২০০৫

বিশ্ববিদ্যালয়ৰ পৰা জাহাংগীৰপুৰি

ফেব্ৰুৱাৰী ২০১৯

কুটুব মিনাৰৰ পৰা হুডা চিটী

জানুৱাৰী ২০১০

কুটুব মিনাৰৰ পৰা কেন্দ্ৰীয় সচিবালয়

ছেপ্টেম্বৰ ২০১০

জাহাংগীৰপুৰিৰ পৰা সময়পুৰ বাদলি

নৱেম্বৰ ২০১৫

 

এই লাইন ব্ৰডগজ ১৬৭৬ মিঃমিঃ (৫ ফুট ৬ ইঞ্চি গজ)

(ৰেপিড মেট্ৰো গুৰুগ্ৰাম (অনুলগ্নক -১ত সেউজীয়া ৰঙৰ ৰূপত দেখুওৱা হৈছে)

(মাৰ্গৰ দৈৰ্ঘ্য -১১.৬ কিঃমিঃ

(ষ্টেণ্ডাৰ্ড গজ -১৪৩৫ মিঃমিঃ (৪ ফুট ৮.৫ ইঞ্চি)

(দুটা পৰ্যায়ত নিৰ্মিত লাইন।

  • প্ৰথম পৰ্যায় ছিকন্দৰপুৰৰ পৰা চাইবাৰ হাবৰ মাজত ৫.১ কিলোমিটাৰৰ মুঠ মাৰ্গ দৈৰ্ঘ্যৰ সৈতে লুপ আছেযাক আৰম্ভণিতে ডিএলএফ আৰু আইএলএণ্ডএফএছ সমূহৰ দুটা কোম্পানী অৰ্থাৎ আইইআৰএছ (আইএলএণ্ডএফএছ ইনছো ৰে'ল ছিষ্টেমআৰু আইটিএনএল (আইএলএণ্ডএফএছ ট্ৰেন্সপৰ্ট নেটৱৰ্ক লিঃ)ৰ কনছৰ্টিয়ামৰ দ্বাৰা বনোৱা হৈছিল। প্ৰথম পৰ্যায় ১৪-১১-২০১৩ৰ পৰা ৰেপিড মেট্ৰো গুৰগাঁও লিঃ নামৰ এছপিভিৰ দ্বাৰা চলোৱা হৈছিল।
  • দ্বিতীয় পৰ্যায় ছিকন্দৰপুৰৰ পৰা ছেক্টৰ -৫৬ৰ মাজত ৬.৫ কিঃমিঃৰ মাৰ্গ দৈৰ্ঘ্যৰযাক আৰম্ভণিতে আইএলএণ্ডএফএছৰ দুটা কোম্পানী অৰ্থাৎ আইটিএনএল (আইএলএণ্ডএফএছ ট্ৰেন্সপৰ্ট নেটৱৰ্ক লিঃআৰু আইআৰএল (আইএলএণ্ডএফএছ ৰে'ল লিঃ)ৰ কনছৰ্টিয়ামৰ দ্বাৰা নিৰ্মিত কৰা হৈছিল। এই পৰ্যায় ৩১-০৩-২০১৭ৰ পৰা এছপিভি অৰ্থাৎ ৰেপিড মেট্ৰো গুৰগাঁও ছাউথ লিঃৰ দ্বাৰা চলোৱা হৈছিল।
  • উচ্চ ন্যায়ালয়ৰ আদেশ সন্দৰ্ভত ২২-১০-২০১৯ৰ পৰা হাৰিয়ানা মাছ ৰেপিড ট্ৰেনজিট কোম্পানী (এইচএমআৰটিচি)ৰ দ্বাৰা সঞ্চালনৰ অধিগ্ৰহণ কৰা হৈছিলযেতিয়া ৰেহাই পাওঁতা এই প্ৰণালী চলোৱাৰ পৰা পিছ হুঁহকি গৈছিল।
  • এই লাইনৰ সঞ্চালন এইচএমআৰটিচিয়ে ডিএমআৰচিক দিছে। ইয়াৰ পূৰ্বে ডিএমআৰচিয়ে ১৬-০৯-২০১৯ৰ পৰা ৰেপিড মেট্ৰো লাইন চলোৱা অব্যাহত ৰাখিছিল।
  • ৰেপিড মেট্ৰো গুৰুগ্ৰামৰ গড় ৰাইডাৰশ্বিপ প্ৰায় ৩০,০০০। সপ্তাহত মুঠ দৈনিক যাত্ৰীৰ সংখ্যা প্ৰায় ৪৮,০০০
  • ৰেপিড মেট্ৰো লাইনৰ সৈতে প্ৰস্তাৱিত লাইনৰ কানেক্টিভিটি চাইবাৰ হাবত আছে।

মাল্টি মডেল কানেক্টিভিটি:

  • ছেক্টৰ -৫ত ৰে'লৱে ষ্টেচনৰ সৈতে -৯০০ মিটাৰ।
  • ছেক্টৰ -২২ত আৰআৰটিএছৰ সৈতে।
  • হুডা চিটী চেণ্টাৰত য়েল'লাইন ষ্টেচনৰ সৈতে

গুৰুগ্ৰামৰ ছেক্টৰভিত্তিক মানচিত্ৰ অনুলগ্নক -২ত সংলগ্ন।

পৰিকল্পনাৰ প্ৰস্তুতি:

  • ৯০ভূমি চৰকাৰী ভূমি আৰু ১০ব্যক্তিগত।
  • উপযোগী সুবিধাৰ স্থানান্তৰণ আৰম্ভ।
  • বিশ্ব বেংক আৰু ইউৰোপীয় বিনিয়োগ বেংকৰ সৈতে সম্পৰ্ক কৰে।
  • জিচি নিবিদা প্ৰক্ৰিয়াৰ অধীনত।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi