49.18 lakh employees and 67.95 lakh pensioners to benefit
4% benefit to cost Rs.12,868.72 crore per annum to exchequer

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে মূল্যবৃদ্ধিৰ বিপৰীতে ক্ষতিপূৰণ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানচ (ডিএ) আৰু  পেঞ্চনাৰসকলৰ মৰগীয়া সকাহ (ডিআৰ)ৰ অতিৰিক্ত কিস্তি মুকলি কৰিবলৈ অনুমোদন জনায়।মৌলিক দৰমহা/পেঞ্চনৰ ৪৬% হাৰতকৈ ৪% বৃদ্ধিক প্ৰতিনিধিত্ব কৰা এই বানচ ১.১.২০২৪ৰ পৰা কাৰ্যকৰী হ'ব।

মৰগীয়া বানচ আৰু মৰগীয়া সকাহ দুয়োটাৰ বাবে ৰাজকোষৰ ওপৰত সম্মিলিত প্ৰভাৱ হ'ব বছৰি ১২,৮৬৮.৭২ কোটি টকা।  ই প্ৰায় ৪৯.১৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৭.৯৫ লাখ পেঞ্চনাৰক লাভান্বিত কৰিব।

 এই বৃদ্ধিসপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৰ ওপৰত আধাৰিত।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI goes live at Eiffel Tower and French airports as India-France digital ties strengthen

Media Coverage

UPI goes live at Eiffel Tower and French airports as India-France digital ties strengthen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জুন 2026
June 15, 2026

Citizens Celebrate 12 Years of Modi: Building a Saksham Middle Class at Home While Earning Global Respect Abroad