প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ ২ নৱেম্বৰত গ্লাছগোত চিঅ'পি২৬ৰ পটভূমিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি মহামান্য শ্ৰী ভলোডিমাৰ জেলেনস্কিক সাক্ষাৎ কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰিছিল আৰু আঞ্চলিক বিষয়ত তেওঁলোকৰ মতামত প্ৰকাশ কৰিছিল।

তেওঁ মহামাৰীৰ সময়ত দুয়োখন দেশৰ মাজত সহযোগিতাৰ ওপৰত সন্তুষ্টি ব্যক্ত কৰে, যাৰ ভিতৰত আছে দুয়োখন দেশৰ দ্বাৰা কোভিড টিকাকৰণ প্ৰমাণপত্ৰৰ পাৰস্পৰিক স্বীকৃতি। প্ৰধানমন্ত্ৰী মোদীয়ে এই বছৰৰ আৰম্ভণিতে কোভিড মহামাৰীৰ দ্বিতীয় পৰ্যায়ত ভাৰতক অক্সিজেন কনচেণ্ট্ৰেটাৰ যোগান ধৰাৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ জ্ঞাপন কৰে।

The two leaders positively assessed the strong people to people connect between the two countries, especially the large number of Indian students studying in various Universities of Ukraine.

The two leaders reaffirmed their readiness to work together for further strengthening of bilateral relations.

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Apple overshoots iPhone production target under PLI scheme by 80%

Media Coverage

Apple overshoots iPhone production target under PLI scheme by 80%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi shares a Sanskrit Subhashitam highlights the significance of bravery and courage in influencing the world
March 18, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the importance of valor and the profound impact a brave individual can have on the entire world.

The Prime Minister remarked that bravery and prowess are the capital through which every difficulty can be faced. Shri Modi affirmed that the courage and self-confidence of India's youth serve as an inspiration in this regard.

The Prime Minister wrote on X;

"वीरता और पराक्रम वो पूंजी है, जिससे हर कठिनाई का सामना किया जा सकता है। भारत के युवाओं का साहस और आत्मविश्वास इसी की प्रेरणा देता है।

एकेनापि हि शूरेण पादाक्रान्तं महीतलम्।
क्रियते भास्करेणेव स्फारस्फुरिततेजसा ॥"

Just as the sun lights the whole earth with its bright rays, in the same way a brave person can influence the whole world with his courage.