Share
 
Comments

অষ্ট্ৰেলিয়াৰ সংসদে ভাৰতৰ সৈতে মুক্ত বাণিজ্য চুক্তিত অনুমোদন জনোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনী আলবানিজক ধন্যবাদ জনাইছে।

শ্ৰী মোদীয়ে লগতে কৈছে যে অৰ্থনৈতিক সহযোগিতা আৰু বাণিজ্য চুক্তি (ইচিটিএ)ক আমাৰ ব্যাৱসায়িক সম্প্ৰদায়ে ব্যাপক আদৰণি জনাব, আৰু ভাৰত-অষ্ট্ৰেলিয়া বুজাবুজি ৰণনীতিগত বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিব।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্ঠনী আলবানিজৰ এটা টুইটৰ প্ৰতিক্ৰিয়া কৰি, প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে;

"ধন্যবাদ প্ৰধানমন্ত্ৰী @AlboMP! ভাৰত-অষ্ট্ৰেলিয়া ইচিটিএৰ শক্তিত প্ৰৱেশ আমাৰ ব্যাৱসায়িক সম্প্ৰদায়ৰ দ্বাৰা ব্যাপক সমাদৃত হ'ব, আৰু ভাৰত-অষ্ট্ৰেলিয়া বুজাবুজি ৰণনীতিগত বন্ধুত্ব অধিক শক্তিশালী কৰি তুলিব।"

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
PM Modi ‘most popular leader’ with 78% approval ratings: Survey

Media Coverage

PM Modi ‘most popular leader’ with 78% approval ratings: Survey
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM pays tributes to Sant Ravidas on his Jayanti
February 05, 2023
Share
 
Comments

The Prime Minister, Shri Narendra Modi has paid tributes to Sant Ravidas on his Jayanti.

In a tweet, the Prime Minister said;

"संत रविदास जी की जयंती पर उन्हें नमन करते हुए हम उनके महान संदेशों का स्मरण करते हैं। इस अवसर पर उनके विचारों के अनुरूप न्यायप्रिय, सौहार्दपूर्ण और समृद्ध समाज के अपने संकल्प को दोहराते हैं। उनके मार्ग पर चलकर ही हम कई पहलों के जरिए गरीबों की सेवा और उनका सशक्तिकरण कर रहे हैं।"