প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী ৱেবছাইট https://www.pmindia.gov.in ৰ অসমীয়া আৰু মণিপুৰী সংস্কৰণৰ আজি শুভাৰম্ভ কৰা হয়। দুয়োখন ৰাজ্যৰ নাগৰিকে কৰি অহা অনুৰোধৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা অসমীয়া আৰু মণিপুৰী ভাষাত এই ৱেবছাইট চাব পাৰিব।

 আজি শুভাৰম্ভ হোৱা দুয়োটা সংস্কৰণক ধৰি পিএমইণ্ডিয়া ৱেবছাইট এতিয়াৰে পৰা ইংৰাজী আৰু হিন্দীৰ উপৰি অসমীয়া, বঙালী, গুজৰাটী, কান্নাড়া, মালায়ালম, মণিপুৰী, মাৰাঠী, ওড়িয়া, পঞ্জাৱী, তামিল আৰু তেলেগুসহ মুঠ ১১টা আঞ্চলিক ভাষাত উপলব্ধ হ’ব।

 এই ১১টা আঞ্চলিক ভাষাৰ ৱেবছাইট নিম্নোলিখিত লিংকৰ জৰিয়তে চাব পাৰিবঃ

 অসমীয়া: https://www.pmindia.gov.in/asm/

বঙালী: https://www.pmindia.gov.in/bn/

গুজৰাটী: https://www.pmindia.gov.in/gu/

কান্নাড়া: https://www.pmindia.gov.in/kn/

মাৰাঠী: https://www.pmindia.gov.in/mr/

মালায়ালম: https://www.pmindia.gov.in/ml/

মণিপুৰী: https://www.pmindia.gov.in/mni/

ওড়িয়া: https://www.pmindia.gov.in/ory/

পঞ্জাৱী: https://www.pmindia.gov.in/pa/

তামিল: https://www.pmindia.gov.in/ta/

তেলেগু: https://www.pmindia.gov.in/te/

 

এয়া প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ লোকসকলৰ সৈতে নিজা নিজা ভাষাত যোগসূত্ৰ ৰক্ষাৰ বাবে কৰি অহা প্ৰচেষ্টাৰে এক অংশ। ইয়াৰ জৰিয়তে দেশৰ সকলো ঠাইৰ লোকে প্রধানমন্ত্রীৰ সৈতে তেওঁলোকৰ কল্যাণ আৰু উন্নয়নৰ দিশত পাৰস্পৰিক যোগাযোগ বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
HPV vaccination drive crosses 8 mn doses as India targets cervical cancer

Media Coverage

HPV vaccination drive crosses 8 mn doses as India targets cervical cancer
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push