অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত এন চন্দ্ৰবাবু নাইডুৱে আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে X ত এই সন্দৰ্ভত পোষ্ট কৰিছে :
"অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী @ncbn এ আজি প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"
@AndhraPradeshCM
Chief Minister of Andhra Pradesh, Shri @ncbn, met Prime Minister @narendramodi.@AndhraPradeshCM pic.twitter.com/HVtfHWWiQU
— PMO India (@PMOIndia) April 25, 2025




