প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা ৫০ লাখ টকাৰ এক্স গ্ৰেচিয়া ঘোষণা কৰে। প্ৰতিজন মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকা আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য ঘো।ণা কৰে ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত এনেদৰে লিখিছে ;
‘হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাৰ ঘটনাত মৰ্মাহত হৈছো। এই কঠিন সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মোৰ ভাবনা আছে। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিজন মৃতকৰ নিকট সম্পৰ্কীয় আত্মীয়ক দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব।
@narendramodi”
Saddened by the loss of lives due to a mishap in Bilaspur, Himachal Pradesh. My thoughts are with the affected people and their families during this difficult time. Praying for the speedy recovery of the injured.
— PMO India (@PMOIndia) October 7, 2025
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next…


