প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত দুৰ্ঘটনাত  প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ পৰা ৫০ লাখ টকাৰ এক্স গ্ৰেচিয়া ঘোষণা কৰে। প্ৰতিজন মৃতকৰ নিকট  আত্মীয়ক ২ লাখ টকা আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ সাহায্য ঘো।ণা কৰে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা  পোষ্টত এনেদৰে লিখিছে ;

‘হিমাচল প্ৰদেশৰ বিলাসপুৰত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাৰ ঘটনাত মৰ্মাহত হৈছো। এই কঠিন সময়ত ক্ষতিগ্ৰস্ত লোকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে মোৰ ভাবনা আছে। আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।

পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিজন মৃতকৰ  নিকট সম্পৰ্কীয় আত্মীয়ক দিয়া হ’ব। আহতসকলক ৫০  হাজাৰ টকা দিয়া হ’ব।

@narendramodi”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Republic Day sales see fastest growth in five years on GST cuts, wedding demand

Media Coverage

Republic Day sales see fastest growth in five years on GST cuts, wedding demand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 জানুৱাৰী 2026
January 27, 2026

India Rising: Historic EU Ties, Modern Infrastructure, and Empowered Citizens Mark PM Modi's Vision