তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী এম কে ষ্টেলিনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
“তামিলনাডুৰ মুখ্যমন্ত্ৰী শ্ৰী @mkstalin-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।
@CMOTamilnadu”
Chief Minister of Tamil Nadu, Thiru @mkstalin, met Prime Minister @narendramodi.@CMOTamilnadu pic.twitter.com/DtuL14gvPm
— PMO India (@PMOIndia) May 24, 2025


