২০২৪ চনৰ চলিত ‘পেৰিছ পেৰালিম্পিক’ত দ্বিতীয়টো পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ট্ৰেক এণ্ড ফিল্ড এথলীট প্ৰীতি পালক অভিনন্দন জ্ঞাপন কৰে।

২৩ বছৰীয়া যুৱতীগৰাকীয়ে মহিলাৰ ‘২০০ মিটাৰ টি-৩৫’ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে আৰু ‘পেৰালিম্পিক’ত দুটা পদক জয় কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা ‘ট্ৰেক এণ্ড ফিল্ড এথলীট’ হিচাপে পৰিগণিত হয়।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত ‘পোষ্ট’ কৰিছে:

"এয়া হৈছে প্ৰীতি পালৰ এক ঐতিহাসিক সাফল্য, তেওঁ মহিলাৰ ২০০ মিটাৰ টি৩৫ ইভেণ্টত ব্ৰঞ্জৰ সৈতে #Paralympics2024 একেটা সংস্কৰণতে দ্বিতীয়টো পদক জয় কৰিছে! ভাৰতৰ জনসাধাৰণৰ বাবে তেওঁ হৈছে এক অনুপ্ৰেৰণা। তেওঁৰ সমৰ্পণ নিতান্তই উল্লেখনীয়।

#Cheer4Bharat" 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's banking sector resilient; 11-13% credit growth for January-June likely: Survey

Media Coverage

India's banking sector resilient; 11-13% credit growth for January-June likely: Survey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 এপ্ৰিল 2026
April 20, 2026

Honouring Saints, Powering Futures: PM Modi’s Leadership That Blends Heritage, Highways and High Growth