আজি নতুন দিল্লীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স হেণ্ডেলত পোষ্ট কৰে -
“গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী @Bhupendrapbjp এ আজি প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাত্ কৰে
@CMOGuj”
Chief Minister of Gujarat, Shri @Bhupendrapbjp met Prime Minister @narendramodi.@CMOGuj pic.twitter.com/IMBh7EMPqN
— PMO India (@PMOIndia) December 19, 2025


